অস্তিত্বৰ সংকটত সাংবিধানিক ৰক্ষাকৱচৰ বাবে কেন্দ্ৰই গঠন কৰা উচ্চস্তৰীয় সমিতি৷ ডঃ নগেন শইকীয়া, ৰংবং তেৰাং, ডঃ মুকুন্দ ৰাজবংশীৰ সমিতি ত্যাগৰ পিছত সমিতিৰ অধ্যক্ষ পদ ত্যাগ কৰিলে অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া মদন প্ৰসাদ বেজবৰুৱাই৷ বেজবৰুৱাই অব্যাহতি বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে গৃহ মন্ত্ৰণালয়লৈ৷
বেজবৰুৱাই মন্তব্য কৰ- য'ত সমিতিয়েই নাই, তাত অধ্যক্ষৰ কাম কি? উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাই পূৰ্বতেই সমিতিত নাথাকে বুলি স্পষ্ট কৰি দিছিল৷
- Log in to post comments
- 110 views