বিজেপিয়ে অসমৰ প্ৰভাৰী হিচাপে মহেন্দ্ৰ সিঙক নিযুক্তি 

ো

আগন্তক লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে অসমৰ বাবে নিযুক্তি দিলে প্ৰভাৰী । পূৰ্বৰ প্ৰভাৰী মহেন্দ্ৰ সিঙকে পুনৰ আগন্তক লোকসভা নিৰ্বাচনৰ বাবে নিযুক্তি দিছে ৰাষ্ট্ৰীয় দলটোৱে। উল্লেখ যে, বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ঘোষণা কৰিছে এই কথা।

Your Comments