গহপুৰত উলহ-মালহেৰে দেৱী বিসৰ্জন  পালন

aa

গহপুৰ আৰু বিহালী অঞ্চলৰ দুৰ্গা প্ৰতিমা অতি উলহ মালহেৰে বিসৰ্জন দিয়া হয় । গহপুৰৰ বুৰৈ নদী প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা কৰে বিশ্বনাথ জিলা প্ৰশাসনে । ৩০টাতকৈ অধিক প্ৰতিমা বিসৰ্জন হ'বলগীয়া এই স্থানত নিশা ১০ বজালৈ চলিব বিসৰ্জন পৰ্ব ।

Your Comments