
নিউজ ডেস্ক:
যোৱা ২৮/০৪/২০২৫ তাৰিখ সোমবাৰে দিনৰ ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাবত মৌচুমী বৰাৰ কথা-সুৰ তথা কন্ঠৰে আৰু আমিৰ হুছেইনৰ প্ৰযোজনাৰে এটি আধুনিক বিহু সুৰীয়া অসমীয়া গীত "কাবাডী কাবাডী"ৰ আনুষ্ঠানিক ভাৱে শুভ মুক্তি দিয়া হয়। উক্ত অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত আছিল প্ৰাক্তন ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ সুমিত্ৰা হাজৰিকা, পৰিচালক ৰাজীৱ ৰহমান , গীতিকাৰ- সুৰকাৰ - সত্যজিত কলিতা, বুবু বৰুৱাকে আদি কৰি বহুকেইজন লোক ।
- Log in to post comments
- 3 views