নিউজ ডেস্ক:
হৃদৰোগত আক্ৰান্ত বেহৰবাৰী আউটপ'ষ্টৰ মোহন খ্যাত দ্বীপজ্যোতি কেওঁট ৷ উল্লেখ্য যে মহানগৰীৰ হেল্থ চিটি হাস্পতালত চিকিৎসাধীন হৈ আছে অভিনেতাগৰাকী ।জানিব পৰা মতে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হৈছে অভিনেতাগৰাকীক ।
- Log in to post comments
- 5 views