আজি দিল্লীত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে আলোচনাপন্থী আলফাৰ শান্তি চুক্তি

 A

 

নিউজ ডেস্ক:
আজি দিল্লীত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে আলোচনাপন্থী আলফাৰ শান্তি চুক্তি স্বাক্ষৰিত হ’ব ৷
সন্ধিয়া ৫ বজাত স্বাক্ষৰিত হ'ব লগা  এই চুক্তিত
উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াসকল। 

Your Comments

Related Articles