নিউজ ডেস্ক:
জাগীৰোডত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেবাটাও গুৰুত্বপূৰ্ণ ঘোষণা -
জাগীৰোডত নতুনকৈ হ'ব অগ্নি নিৰ্বাপন কেন্দ্ৰ ৷
২টা বছৰৰ ভিতৰত মৰিগাঁও চিকিৎসা মহাবিদ্যালয় সম্পূৰ্ণ হ'ব ।
নতুনকৈ ৪০ হাজাৰ চাকৰিত নিযুক্তি দিয়া হ'ব ৷
মাহিলী ৩০ হাজাৰ উপাৰ্জন কৰা সকলেও লাভ কৰিব ৰেচন কাৰ্ড৷
নলা-নৰ্দমাৰ বাবে ১৫০ কোটি ঘোষণা ৷
মৰিগাঁও আৰু দৰং সংযোগ হোৱাকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ চিন্তা চৰ্চা কৰা হৈছে বুলিও জানিবলৈ দিয়ে ৷
- Log in to post comments
- 5 views