অধিবক্তাক হেণ্ডকাফ লগাই বিপদত অসম আৰক্ষী

 A

 


নিউজ ডেস্ক:
অধিবক্তাক হেণ্ডকাফ লগাই বিপদত অসম আৰক্ষী ৷DGP জি পি সিঙক সকীয়নি উচ্চ ন্যায়ালয়ৰ। উল্লেখ্য যে,অসম আৰক্ষীয়ে দুমাহৰ ভিতৰত ৫ লাখ টকাৰ ক্ষতিপূৰণ দিব লাগিব এজন অধিবক্তাক। ২০১৬ চনৰ এটা গোচৰত এজন অধিবক্তাক হেণ্ডকাফ লগাইছিল পাণবজাৰ আৰক্ষীয়ে।  জানিব পৰা মতে এজন গৃহৰক্ষীৰ সৈতে হোৱা কজিয়াৰ বাবে গ্ৰেপ্তাৰ হৈছিল অধিবক্তাজন।

Your Comments

Related Articles