নিউজ ডেস্ক:
শিক্ষকৰ উচ্চ শিক্ষাত বাধা ৷ অকৰ্তৃত্বশীলভাৱে অতিৰিক্ত শিক্ষাগত অৰ্হতা অৰ্জন কৰিব নোৱাৰিব শিক্ষকে৷ পৰিদৰ্শকসকললৈ মাধ্যমিক শিক্ষা সঞ্চালকে কঠোৰ নিৰ্দেশ জাৰি কৰি কয় যে ,কোনো শিক্ষকে চৰকাৰৰ অনুমতি অবিহনে ল'ব নোৱাৰিব ডিগ্ৰী।
উল্লেখ্য যে,কোনোৱে অনুমতিবিহীন ভাবে ডিগ্ৰী ল'লে শাস্তি ভোগ কৰিব লাগিব বুলিও নিৰ্দেশনা জাৰি কৰে ৷
- Log in to post comments
- 3 views