নিউজ ডেস্ক:
দীৰ্ঘদিনে শাৰীৰিক অসুস্থতাৰে যুঁজি অৱশেষত অচিন দেশলৈ যাত্ৰা কৰিলে জনপ্ৰিয় সংগীতশিল্পী অৰুণ দাসে। দেওবাৰে পুৱতি নিশা ৪-৪৫ বজাত শেষ নিশ্বাস ত্যাগ কৰিলে জনপ্ৰিয় শিল্পীগৰাকীয়ে।
সংগীতজগতত নতুন ধাৰাৰ সৃষ্টি কৰা দাসৰ গীতত আছিল আবেগ৷
অসমীয়া সংগীত জগতৰ নব্বৈৰ দশকৰ ‘লিজেণ্ড অৱ নাইন্টি’ ৰূপে চিৰপৰিচিত এইগৰাকী মহান শিল্পীৰ বিয়োগ অসমীয়া জাতিৰ বাবে অপূৰণীয় ক্ষতি।
- Log in to post comments
- 6 views