আজি অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ তৃতীয় মৃত্যুবাৰ্ষিকী

 A

নিউজ ডেস্ক:

২০২০ চনত আজিৰ দিনটোতে ৮৪ বছৰ বয়সত ৰাজনীতিবিদ তৰুণ গগৈয়ে শেষ নিশ্বাস ত্যাগ কৰিছিল। উল্লেখ্য যে,২০২০ চনৰ ২৫ আগষ্টত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ কৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল। ইয়াৰ পিছত তেওঁ কেইবাদিনো শাৰীৰিক অসুস্থতাৰ সৈতে যুঁজ দি অৱশেষত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যুক সাৱটি লয়। তেওঁ অসমৰ ৰাজনীতিত ১৫ বছৰে মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰিছিল।তেখেতৰ এই পবিত্ৰ মৃত্যুবাৰ্ষিকীত তেখেতলৈ সশ্ৰদ্ধ প্ৰণাম নিবেদিছোঁ। 

Your Comments

Related Articles