৭ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন

 A

নিউজ ডেস্ক:

৭ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন৷
মিজোৰামত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৭ নৱেম্বৰত
ৰাজস্থানত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ২৩ নৱেম্বৰত
তেলেংগনা ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৩০ নৱেম্বৰত
মধ্যপ্ৰদেশত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ১৭ নৱেম্বৰত
চট্টীশগড়ত দুটা পৰ্যায়ক ৭ আৰু ১৭ নৱেম্বৰত এই নিৰ্বাচন অনুষ্ঠিত হ'ব। 
আটাইকেইখন ৰাজ্যৰ ভোটগণনা হ'ব ৩ ডিচেম্বৰত।

 

Your Comments

Related Articles