বিতৰ্কিত ASP শুভলক্ষ্মী দত্তৰ আত্মসমৰ্পণ

 A

 

 

নিউজ ডেস্ক:
অৱশেষত আত্মসমৰ্পণ কৰিলে বিতৰ্কিত ASP শুভলক্ষ্মী দত্তই ৷ শিৱসাগৰৰ SP কাৰ্যালয়ত আত্মসমৰ্পণ কৰে বন কৰা মহিলাক নিৰ্যাতন চলোৱা শুভলক্ষ্মী দত্তই ।উল্লেখ্য যে, জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি হৈছিল শুভলক্ষ্মীৰ বিৰুদ্ধে।

Your Comments

Related Articles