নিউজ ডেস্ক:
তেজপুৰত CBIৰ জালত পৰিল গাণনিক বিষয়া আব্দুল লতিফ৷জানিব পৰামতে বিল পাছ কৰাৰ নামত দাবী কৰিছিল ১.৩০ লাখ টকা ৷ব্যৱসায়ীৰ পৰা ধন লওঁতে হাতে-লোটে গ্ৰেপ্তাৰ হয় FCIৰ তেজপুৰ মণ্ডলৰ গাণনিক বিষয়াগৰাকী ৷
- Log in to post comments
- 11 views