
নিউজ ডেস্ক:
নতুন দিল্লীৰ G20 শীৰ্ষ সন্মিলনত বিশেষ দায়িত্বত থাকিব দুগৰাকী অসমীয়া জীয়ৰী মায়াশ্ৰী বৰুৱা আৰু মুনমী শইকীয়া৷ উল্লেখ্য যে, দেশৰ ২০ গৰাকী মহিলা উদ্যমীক দায়িত্ব দিয়া হৈছে ৰাষ্ট্ৰ প্ৰধানসকলৰ পত্নী আৰু পৰিয়ালৰ লোকক মিলেটৰ উপকাৰিতা আৰু মিলেটৰ পৰা বিভিন্ন খাদ্য প্ৰস্তুতকৰণ সন্দৰ্ভত বাখ্যা আগবঢ়োৱাৰ৷ এই ২০ গৰাকী উদ্যমীৰ মাজতে আছে অসমৰ মায়াশ্ৰী আৰু মুনমী৷ দুয়ো বিদেশী অতিথিৰ সমুখত গুণ গৰিমা বাখ্যা কৰিব আমাৰ কণীধানৰ৷
(প্ৰাণজিৎ শইকীয়াৰ ৱালৰ পৰা)
- Log in to post comments
- 6 views