
নিউজ ডেস্ক:
বিশিষ্ট শিক্ষাবিদ তথা কটন কলেজৰ প্ৰাক্তন অধ্যাপক তথা উপাধক্ষ্য দেৱেন দত্তৰ দেহাৱসান ৷ নিশা ১২.১০ মিনিটত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে দেৱেন দত্তই ৷
জানিব পৰা মতে হৃদৰোগত আক্ৰান্ত হৈ ৮১ বছৰ বয়সত মৃত্যুক সাৱটি লয় বিশিষ্ট শিক্ষাবিদগৰাকীয়ে৷
- Log in to post comments
- 10 views