
নিউজ ডেস্ক:
গুৱাহাটী ৰিডাৰছ ফৰামৰ সন্মানীয় সদস্য ডাঃ ৰাহুল কলিতাই সদ্য ঘোষিত চিকিৎসা বিজ্ঞানৰ স্নাতকোত্তৰৰ মূল পৰীক্ষাত ৰাজ্যৰ ভিতৰতে (Medicine Department) প্ৰথম স্থান দখল কৰি সোণৰ পদক বুটলিবলৈ সক্ষম হৈছে।অত্যন্ত অমায়িক, নম্ৰ-ভদ্ৰ ৰাহুল কলিতাই এই সাফল্য আহৰণ কৰি কয় যে ,"সাধাৰণ মানুহৰ বাবে তেওঁৰ কাম কৰাৰ প্ৰবল বাসনা আছে ৷এতিয়া তেওঁ কাম কৰাৰ এখন বহল ক্ষেত্ৰ পাইছে, এতিয়া তেওঁৰ কাম কৰাৰ সময়৷”
- Log in to post comments
- 33 views