CID ৰ অতিৰিক্ত সঞ্চালক প্ৰধান এ.ৱাই.ভি কৃষ্ণক বদলি

 A

 

 

নিউজ ডেস্ক:
অসম আৰক্ষীৰ চিআইডিৰ  অতিৰিক্ত সঞ্চালক প্ৰধান এ.ৱাই.ভি কৃষ্ণক বদলি কৰা হয়। 
উল্লেখ্য যে,কেন্দ্ৰীয় পুলিচ ৰিজাৰ্ভ ব'ললৈ বদলি আইপিএছ বিষয়াগৰাকীক। CRPF ৰ IG ৰূপে নিযুক্তি দিয়া হৈছে এ.ৱাই.ভি কৃষ্ণক। বিষয়াগৰাকী অসম মেঘালয় কেডাৰৰ ১৯৯৫ বেটছৰ এগৰাকী জেষ্ঠ্য বিষয়া।
কেন্দ্ৰীয় গৃহ বিভাগৰ নিৰ্দেশনাত অসম -মেঘালয় কেডাৰৰ পৰা সাময়িক ৰূপে ৫ বছৰৰ ডেপুটেচনত প্ৰেৰণ কৰা হৈছে বিষয়াগৰাকীক। নিযুক্তি কালত ৰাজ্যৰ বহু কেইটা গুৰুত্বপূৰ্ণ গোচৰত অসম চিআইডিক নেতৃত্ব দি আহিছিল আই পি এছগৰাকীয়ে।

Your Comments

Related Articles