
নিউজ ডেস্ক:
মৰোণত্তৰভাৱে অসমৰ বীৰ শ্বহীদ সুনীল কলিতালৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী মেডেল ৷ শ্বহীদ সুনীল কলিতাৰ পত্নীয়ে গ্ৰহণ কৰে এই সন্মান।
উল্লেখ্য যে,২০১৯ চনত মাওবাদীৰ সৈতে হোৱা সংঘৰ্ষত প্ৰাণ আহুতি দিছিল বীৰ জোৱান সুনীল কলিতাই।পৰাক্ৰম, সাহসীকতা আৰু পাৰদৰ্শিতাৰ বাবে শ্বহীদ সুনীল কলিতালৈ আগবঢ়োৱা হয় এই সন্মান।
CRPFৰ ৮৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত বীৰতা পদক বিজেতা সমাৰোহত প্ৰদান কৰা হয় এই সন্মান।
- Log in to post comments
- 6 views