
নিউজ ডেস্ক:
টোকাৰী গীতৰ সম্ৰাট উমাকান্ত বৈৰাগীৰ দেহাৱসান৷
হেঙেৰাবাৰীস্থিত বাসগৃহত পুৱা ৭ বাজি ১০ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে বৈৰাগীয়ে ৷উল্লেখ্য যে,সংগীত নাটক অকাডেমিৰ বঁটাপ্ৰাপক উমাকান্ত বৈৰাগীয়ে দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল ৷
- Log in to post comments
- 4 views