নিউজ ডেস্ক:
ভূপেন হাজৰিকা সেতুৰ সমীপত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। ছুইফট আৰু ডাম্পাৰৰ সংঘৰ্ষত থিতাতে নিহত হয় ২ ছুইফট আৰোহী।
নিহত দুই যুৱক ক্ৰমে চৰাইদেউৰ সুকল্যাণ বৰুৱা আৰু ৰিপুঞ্জয় ফুকন বুলি জানিব পৰা গৈছে ৷
আনহাতে দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হোৱা অজন্ত বৰুৱা আৰু ৰিপুণ সোণোৱালক ডিব্ৰুগড়ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।
- Log in to post comments
- 9 views
