মহানগৰীত ২ দিনৰ বাবে বন্ধ থাকিব GMCৰ পানী যোগান

 A

নিউজ ডেস্ক:
মহানগৰীত ২ দিনৰ বাবে বন্ধ থাকিব GMCৰ পানী যোগান ৷
১২ আৰু ১৩ জুনত বন্ধ থাকিব পানী যোগান ৷
পাণবজাৰত থকা পানীযোগান প্রকল্পৰ উন্নীতকৰণৰ বাবে এই  সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷
পাণবজাৰ পানী যোগান প্রকল্পৰ অধীনৰ ১৬টা স্থানত বন্ধ থাকিব পানী যোগান ৷

Your Comments

Related Articles