
নিউজ ডেস্ক:
অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে নিযুক্তিপ্ৰদান কৰে ড০ কল্যাণ কলিতাক।
শুকুৰবাৰে শিক্ষা বিভাগৰ বিভাগীয় নিৰ্দেশনাযোগে এই কথা জানিবলৈ দিয়ে। উল্লেখ্য যে,মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী অধ্যাপক ড০ কল্যাণ কলিতা। আনহাতে,বাধ্যতামূলক ছুটিত যাবলৈ দিয়া হৈছে পূৰ্বৰ অধ্যক্ষ ড০ শশাংক শেখৰ শৰ্মাক।
পৰৱৰ্তী নিৰ্দেশনা প্ৰকাশ নকৰালৈকে বাহাল থাকিব ড০ শৰ্মাৰ বাধ্যতামূলক ছুটি ৷
- Log in to post comments
- 5 views