নর্থ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিমান চন্দ্ৰ চেতিয়াক নিলম্বন

A

নিউজ ডেস্ক:

উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিমান চন্দ্ৰ চেতিয়াক নিলম্বন।যৌন কেলেংকাৰীৰ গুৰুতৰ অভিযোগ উত্থাপনৰ পিছতেই উচ্চ শিক্ষা সঞ্চালকালয়ে নিলম্বন কৰে অধ্যক্ষ গৰাকীক।উল্লেখ্য যে, শেহতীয়া ভাৱে চেতিয়াৰ নামত কিছু অশ্লীল বাৰ্তালাপৰ স্ক্ৰীনশ্বট ভাইৰেল হৈছে সামাজিক মাধ্যমত।সামাজিক মাধ্যমত যৌনতাৰ বাৰ্তা লাপ ভাইৰেলৰ পিছতেই প্ৰতিবাদ সাব্যস্ত হৈছে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত।আনহাতে প্ৰতিবাদৰ পিচতে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে টুইটাৰৰ জৰিয়তে তদন্তৰো নির্দেশ প্ৰদান কৰিছিল।

Your Comments