গুৱাহাটীত পুৱাই ছাত্ৰ-ছাত্ৰীৰে সৈতে মুখ্যমন্ত্ৰীৰ প্ৰভাত ফেৰী

A

নিউজ ডেস্ক:
আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি পুৱাই গুৱাহাটীত মুখ্যমন্ত্ৰীৰ প্ৰভাত ফেৰী।গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই প্ৰভাত ফেৰীত।উল্লেখ্য যে দেশৰ ৭৫বছৰীয়া স্বাধীনতা দিৱসৰ উপলক্ষে দেশজুৰি উদযাপন কৰে আজাদী কা অমৃত মহোৎসৱ।
ইফালে মুখ্যমন্ত্ৰীয়ে পুৱা গুৱাহাটী ক্লাব, দীঘলীপুখুৰীত ছাত্ৰ-ছাত্ৰীয়ে প্ৰভাত ফেৰীত অংশ লয়।মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী ৰনোজ পেগুৰ উপৰিও প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

Your Comments