গুৱাহাটীৰ চ'চলত ৰাইজৰ দলৰ প্ৰতিবাদ

A

নিউজ ডেস্ক:
ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থাক লৈ অসম চৰকাৰৰ শেহতীয়া কেবিনেট বৈঠকৰ সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটী মহানগৰীত ৰাইজৰ দলৰ প্ৰতিবাদ।মহানগৰী চছলৰ প্ৰতিবাদস্থলীত আজি সাব্যস্ত কৰে প্ৰতিবাদ।উল্লেখ্য যে, তৃতীয় শ্রেণীৰ পৰা দশম শ্রেণীলৈ ইংৰাজী মাধ্যমত বিজ্ঞান আৰু গণিত বিষয়ত শিক্ষাদান কৰা ৰাজ্যিক কেবিনেটৰ বিৰুদ্ধে ৰূপায়ণ কৰে প্ৰতিবাদ।
তাৎপৰ্যপূৰ্ণ কথা এই যে,গুৱাহাটীৰ উপৰিও আজি ডিব্ৰুগড়তো ৰাইজৰ দলে উক্ত বিষয়টো সন্দৰ্ভত ৰূপায়ণ কৰে প্ৰতিবাদ।

Your Comments

Related Articles