চাওঁক আপোনাৰ দিনটোৰ ৰাশিফল

A

মেষ ৰাশি- আজি ভাগ্যই আপোনাৰ সংগ দিব।
শত্ৰুৰ পৰা সাৱধান হৈ থাকক। ব্যৱসায়ত আজি লোকচানৰ সন্মুখীন হব পাৰে। আপুনি পৰিয়ালৰ প্ৰত্যাশা পূৰণ কৰিবলৈ সক্ষম হব। মাতৃৰ স্বাস্থ্যৰ যতন লওক।

বৃষ ৰাশি- দীৰ্ঘদিন ধৰি চলি থকা আইনী প্ৰক্ৰিয়াৰ আজি নিষ্পত্তি হব। পত্নীৰ স্বাস্থ্যৰ যতন লওক। বৌদ্ধিক কামৰ সৈতে জড়িত সকলে আজি বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হব। ব্যৱসায়ী সকলৰ বাবেও দিনটো শুভ ৷

মিথুন ৰাশি- পৰিয়ালত সদ্ভাৱ বৃদ্ধি পাব আৰু সন্ধিয়ালৈ কিছু আনন্দৰ মুহূৰ্ত একেলগে পাৰ কৰাৰ সুযোগ পাব। ব্যৱসায়ী সকলৰ বাবে দিনটো শুভ। অসামাজিক কাৰ্যকলাপৰ পৰা আজি আঁতৰি থাকক। 

কৰ্কট ৰাশি- ব্যৱসায়ী সকলৰ বাবে দিনটো শুভ। অসামাজিক কাৰ্যকলাপৰ পৰা আজি আঁতৰি থাকক। কাৰোবাৰ সৈতে বিবাদৰ পৰিস্থিতি সৃষ্টি হ’ব পাৰে।আজি আপোনাৰ দায়িত্ব বৃদ্ধি পাব। ঘৰলৈ অতিথিৰ আগমণ ঘটিব পাৰে।  

সিংহ ৰাশি- আপুনি কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিব। যদি দূৰ ভ্ৰমণৰ চিন্তা কৰি আছে, তেন্তে আজি সেয়া পৰিহাৰ কৰক। সামাজিক স্থানত আজি আপোনাৰ সন্মান বৃদ্ধি পাব। ধৰ্মীয় কাৰ্যত ব্যয় বৃদ্ধি পাব পাৰে। উপাৰ্জন বৃদ্ধি পাব। সুস্বাদু খাদ্যৰ প্ৰতি প্ৰৱণতা বৃদ্ধি পাব পাৰে।

কন্যা ৰাশি- ঘৰুৱা ব্যয় বৃদ্ধিৰ ফলত আপোনাৰ মাহিলী বাজেট প্ৰভাৱিত হ’ব। ব্যৱসায়িক সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে আপুনি আপোনাৰ বিশ্বাসযোগ্য বন্ধুৰ সৈতে আলোচনা কৰিব পাৰে। মন আধ্যাত্মিকতাৰ প্ৰতি ঢাল খাব।

তুলা ৰাশি- কাৰোবাৰ কথাত আপোনাৰ মন বিচলিত হ’ব পাৰে। শত্ৰুসকলে আপোনাৰ বিৰুদ্ধে কিছুমান ভুল কাম কৰিব পাৰে। ঘৰুৱা ব্যয় বৃদ্ধিৰ ফলত আপোনাৰ মাহিলী বাজেট প্ৰভাৱিত হ’ব। 

বৃশ্চিক ৰাশি- সন্তানৰ পৰা কিছু সুখৰ খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ী সকলে যাত্ৰা কৰিবলগা হব পাৰে। পৈত্তৃক সম্পত্তিৰ পৰা উপাৰ্জনৰ বাট প্ৰশস্ত হব। সময় অপচয় নকৰি সঠিকভাৱে ব্যৱহাৰ কৰিলে আজি আপোনাৰ আৰ্থিক সমস্যা দূৰ হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ যতন লওক। 

ধনু ৰাশি- আপুনি স্থগিত হৈ থকা কামটো সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ব। আপুনি মানসিক চাপৰ পৰা পৰিত্ৰাণ পাব। ঘৰৰ পৰা দূৰৈত থকা সকলে আজি আত্মীয়ৰ সাক্ষাৎ লাভ কৰিব পাৰে। অজ্ঞাত লোকৰ পৰা সাৱধান হওক। 

মকৰ ৰাশি- ঘৰত কোনো ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত হব পাৰে। অবিবাহিত সকলে আজি বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে। মিতভাষী হওক। 
আত্মবিশ্বাস বৃদ্ধি পাব। খং পৰিহাৰ কৰি চলক। বন্ধুৰ সৈতে কোনো কাৰণত উত্তেজনাৰ পৰিস্থিতিৰ সৃষ্টি হব পাৰে। 

কুম্ভ ৰাশি- স্বাস্থ্য ভাল হ’ব। কিছুমান কামত বাধা থাকিব পাৰে। ধনৰ সমস্যা আজি দূৰ হব পাৰে। আপুনি স্থগিত হৈ থকা কামটো সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ব। আপুনি মানসিক চাপৰ পৰা পৰিত্ৰাণ পাব। 

মীন ৰাশি- মন প্ৰফুল্লিত হৈ থাকিব। ঘৰত কোনো মাংগলিক অনুষ্ঠান সম্পন্ন হব পাৰে। ব্যৱসায়ত নতুন বিনিয়োগে আপোনাক ভৱিষ্যতৰ বাবে লাভাৱাম্বিত কৰিব। আজি আপুনি গ্ৰহণ কৰা কোনো সিদ্ধাই ভৱিষ্যতৰ বাবে লাভজনক প্ৰমাণিত হব। 

Your Comments

Related Articles