সুদীৰ্ঘ সাত বছৰৰ বিৰতিৰ অন্তত সংগীত জগতত আস্হাজিতা

A



নিউজ ডেস্ক:
সুদীৰ্ঘ সাত বছৰ বিৰতিৰ অন্তত পুনৰ সংগীত জগতত খোজ পেলালে আস্থাজিতা নন্দা বৰদলৈয়ে । 'আকাশে বতাহে' শীৰ্ষক এটি গীতৰ অডিঅ'-ভিডিঅ' প্ৰস্তুত কৰি উলিয়ালে কণ্ঠশিল্পী আস্থাজিতা নন্দা বৰদলৈয়ে। উল্লেখ্য যে ,বৃহস্পতিবাৰে নিউজ লাইভৰ মুখ্য কাৰ্যালয়ত এই গীতটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ অধ্যক্ষ ৰিণিকি ভূঞা শৰ্মা আৰু নিউজ লাইভৰ মুখ্য পৰিচালক সম্পাদক ছৈয়দ জাৰিৰ হুছেইনে । এই গীতটি লৈ সকলো এতিয়া যথেষ্ট আশাবাদী।

Your Comments