ৰাজ্যৰ বিভিন্ন সমস্যা সন্দৰ্ভত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীৰ প্ৰতিবাদ

A


নিউজ ডেস্ক:

ৰাজ্যখনত দেখা দিয়া বিভিন্ন সমস্যা সন্দৰ্ভত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীয়ে এক প্ৰতিবাদ সাব্যস্ত কৰে ।মহানগৰীৰ  গুৱাহাটী ক্লাৱত কংগ্ৰেছ দলটোৱে সাব্যস্ত কৰিছে এই প্ৰতিবাদ।
উল্লেখ্য যে পেট্ৰ'ল- ডিজেলৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ লগতে নিবনুৱা সমস্যা, ৰাজহুৱা প্ৰতিষ্ঠান বেচৰকাৰীকৰণৰ বিৰুদ্ধেও সাব্যস্ত কৰা হৈছে প্ৰতিবাদ।
গুৰুত্বপূৰ্ণ কথা এই যে প্ৰতিবাদী কাৰ্যসূচীত স্থান লাভ কৰিছে নাৰীৰ নিৰাপত্তা, অৰুণোদয় আঁচনিয়েও ।অৰুণোদয় আচঁনিৰ ধন ১০০০ ৰ পৰা ৩০০০ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ দাবী কৰে প্ৰতিবাদী দলটোৱে ।

Your Comments