ভৱানীপুৰত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ভূপেন বৰাই

A


নিউজ ডেস্ক:
উপ নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী ৷ ব্যস্ত হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল ৷ মঙলবাৰে বাক্সাত ভৱানীপুৰৰ কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলালে ভূপেন কুমাৰ বৰাই ৷
বিশাল জনসভাৰ সম্বোধন কৰি ভৱানীপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী শৈলেন্দ্ৰ নাথ দাসৰ হৈ প্ৰচাৰ চলালে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ৷ উল্লেখ্য যে ,সভাখনত বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া,চি পি এম দলৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, বাক্সা আৰু বৰপেটা জিলা কংগ্ৰেছৰ সভাপতিদ্বয় আৰু কেইবাগৰাকীও নেতা উপস্থিত থাকে।

Your Comments