পত্নীহাৰা হ'ল শিল্পী দ্বীপেন বৰুৱা: বাথৰুমত পৰি মৃত্যু জ্যোৎস্না ৰহমানৰ

A

নিউজ ডেস্ক:

পত্নীহাৰা হ'ল অসমীয়া সংগীত জগতৰ চিৰসেউজ শিল্পী দ্বীপেন বৰুৱা।ছৈয়দা জ্যোৎস্না ৰহমানৰ আকস্মিক বিয়োগ।বাথৰুমত পৰি ৫১বছৰ বয়সত মৃত্যুক সাৱতিলে ৰহমানে।

খবৰ অনুসৰি বাথৰুমত পৰিছিল জ্যোৎস্না ৰহমান।চিকিৎসালয়ত  সংকটজনক অৱস্থাত ভৰ্তি কৰা শিল্পী গৰাকীৰ পত্নীয়ে শুকুৰবাৰে নিশা ৮ বজাত শেষনিশ্বাস ত্যাগ কৰে।

উল্লেখ্য যে ১৯৭৬চনত তৰামাই ছবিৰ দৃশ্যগ্ৰহণৰ সময়তে বৰুৱা সৈতে চিনাকি হৈ দীঘলীয়া প্রেমৰ অন্তত ২০০৯চনত বিবাহপাশত আৱদ্ধ হৈছিল জ্যোৎস্না ৰহমান।
ইফালে পত্নীৰ আকস্মিক বিয়োগত ভাঙি পৰিছে শিল্পী দ্বীপেন বৰুৱা।

Your Comments