কাইলৈ ঘোষণা হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতক চুড়ান্ত ষান্মাষিকৰ পৰীক্ষাৰ ফলাফল, কিদৰে লাভ কৰিব পঢ়ি লওঁক

A

নিউজ ডেস্ক:

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ স্নাতক চুড়ান্ত  ষান্মাষিকৰ পৰীক্ষাৰ ফলাফল প্রকাশৰ দিন ঘোষণা।বৃহস্পতি বাৰে দিনৰ ১১বজাত ঘোষণা হ'ব স্নাতক ষষ্ঠ ষাণ্মাসিকৰ ফলাফল।কলা, বিজ্ঞান, বাণিজ্য তিনিওটা শাখাৰে ফলাফল প্ৰকাশ পাব।

তিনিতকৈ ৱেবচাইটত ফলাফল ঘোষণা হ’ব।www.exametc.com, www. Dibru.ac.in, www.indiaresults.comত উপলব্ধ হ'ব ফলাফল।

উল্লেখ্য যে  ক'ৰনা ভাইৰাছৰ মাজতে অপেন বুক পদ্ধতিৰে অনুষ্ঠিত হৈছিল পৰীক্ষা।B

Your Comments