সোণোৱালৰ দিনত অনুষ্ঠিত APDCLৰ নিযুক্তি পৰীক্ষা বাতিল, নতুনকৈ পাতিব হিমন্তই

A

নিউজ ডেস্ক:

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ  দিনত অনুষ্ঠিত এপিডিচিএলৰ নিযুক্তি পৰীক্ষাৰ কেলেংকাৰী ফাদিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।২০১৯ চনত অনুষ্ঠিত এপিডিচিএলৰ নিযুক্তি পৰীক্ষা বাতিলৰ কথা ঘোষণা মুখ্যমন্ত্ৰী শৰ্মাৰ।নতুনকৈ অনুষ্ঠিত হ'ব office cum field assistant পদৰ পৰীক্ষা।শুকুৰবাৰে নিশা মুখ্যমন্ত্ৰী তদাৰকী শাখাই ১০জন অভিযুক্তক গ্ৰেপ্তাৰৰ পাচতে এই কথা ঘোষণা মুখ্যমন্ত্ৰী।

উল্লেখ্য যে  এপিডিচিএলৰ অধ্যক্ষ তথা অএছডি বৰ্তমান আৰক্ষীৰ  জালত।পলাতক অৱস্থাত আছে মুখ্য মহাপ্ৰবন্ধক।

গুৰুত্বপূৰ্ণ কথা এই যে  পৰীক্ষা অনুষ্ঠিত কৰাৰ পাছতো ঘোষণা কৰা হোৱা নাছিল ফলাফল।পৰীক্ষা অনুষ্ঠিত হোৱা সময়ত শক্তিমন্ত্ৰী আছিল বৰ্তমানৰ সাংসদ তপন কুমাৰ গগৈ।

Your Comments