কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাৰ পদত্যাগ

A

নিউজ ডেস্ক: 

অসম প্ৰদেশ কংগ্ৰেছত আন এক মোক্ষম আঘাত।প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাৰ কংগ্ৰেছ ত্যাগ।কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে  চমুৱাই।নগাঁও সদৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল চমুৱা ।যোৱা বিধানসভা নির্বাচনত কংগ্ৰেছৰ টিকত পোৱা নাছিল চমুৱাই।

উল্লেখ্য যে কংগ্ৰেছ দল ত্যাগ কৰা চমুৱা বিজেপিত যোগদান কৰিব বুলি চৰ্চা অব্যাহত আছে।

Your Comments