চাৰিমাহে বন্ধ থকা গুৱাহাটী উত্তৰ-গুৱাহাটীৰ ফেৰী সেৱা মুকলি

A

নিউজ ডেস্ক:


ক'ৰনাৰ বাবে বন্ধ হৈ থকা গুৱাহাটী উত্তৰ-গুৱাহাটীৰ মাজত আজিৰে পৰাৰ আৰম্ভ ফেৰীসেৱা।ক'ৰনা বিধি পালন কৰি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে আৰম্ভ কৰিছে এই ফেৰীসেৱা।

উল্লেখ্য যে চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা প্ৰায় চাৰিমাহে বন্ধ হৈ আছিল ফেৰীসেৱা।পুনৰ ফেৰীসেৱা আৰম্ভ হোৱাত গুৱাহাটী উত্তৰ গুৱাহাটীৰ যাত্ৰীৰ যাতায়তলৈ  যথেষ্ট সকাহ আহিব।

আনহাতে, পূৰ্ব দৰে চলাচল কৰিব ফেৰী।ফেৰী সময়সীমা সলনি কৰা নাই বুলি জানিব দিয়ে কৰ্মচাৰীয়ে।যাত্ৰীসকল কভিড বিধি অনুসৰি মাক্স পিন্ধি অহাৰ আহ্বান জল পৰিবহন বিভাগৰ।বে বন্ধ হৈ থকা গুৱাহাটী উত্তৰ-গুৱাহাটীৰ মাজত আজিৰে পৰাৰ আৰম্ভ ফেৰীসেৱা।ক'ৰনা বিধি পালন কৰি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে আৰম্ভ কৰিছে এই ফেৰীসেৱা।

উল্লেখ চলিত বৰ্ষ এপ্ৰিলৰ পৰা প্ৰায় চাৰিমাহে বন্ধ হৈ আছিল ফেৰীসেৱা।পুন ফেৰীসেৱা আৰম্ভ হোৱাত গুৱাহাটী উত্তৰ গুৱাহাটীৰ যাত্ৰীৰ যাতায়তলৈ সকাহ আহিব।

আনহাতে, পূৰ্বৰ দৰে চলাচল কৰিব ফেৰী।ফেৰীৰ সময়সীমা সলনি কৰা নাই বুলি জানিব দিয়ে কৰ্মচাৰীয়ে।যাত্ৰীসকলক ক'ভিড বিধি অনুসৰি মাক্স পিন্ধি অহাৰ আহ্বান জল পৰিবহন বিভাগৰ।

Your Comments

Related Articles