মন্ত্ৰীৰ চৰণ চুই কলাক্ষেত্রত শিক্ষক দিৱসৰ সম্বৰ্ধনা পিন্ধিলে একাংশ শিক্ষকে

A

নিউজ ডেস্ক:

অসম চৰকাৰৰ কেন্দ্ৰীয় শিক্ষক দিৱসত পূৰ্বে নেদেখা দৃশ্য।মন্ত্ৰীৰ ভৰি চুই আশীৰ্বাদ ললে শিক্ষকে ৷ কৃতি শিক্ষকৰ সম্বৰ্ধনা গ্ৰহণ কৰি মন্ত্ৰীৰ চৰণ চুই আশীৰ্বাদ ললে বহু কেইজন সম্বৰ্ধিত শিক্ষকে ৷

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে আয়োজন কৰিছিল শিক্ষক দিৱস।অনুষ্ঠানত শিক্ষামন্ত্ৰী ৰনোজ পেগু, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকে।

ইফালে মন্ত্ৰীৰ ভৰি চুই কৃতি শিক্ষকৰ বঁটা গ্ৰহণ কৰা ফটো সামাজিক মাধ্যমত বিয়পি পৰা লগে লগেই সেইসকল শিক্ষকক উদ্দেশ্য কৰি তীক্ষ্ণ সমালোচনাৰ আৰম্ভ হৈছে।B

Your Comments

Related Articles