টকিঅ’ পেৰাঅলিম্পিকত ভাৰতে পুনৰ লাভ কৰিলে পদক ,পঢ়ি চাওক

A

 

নিউজ ডেস্ক:
টকিঅ’ পেৰাঅলিম্পিকত ভাৰতক পুনৰ বাৰ গৌৰৱান্বিত হোৱাৰ সুযোগ দিলে ভাৰতৰ দুই খেলুৱৈয়ে ৷৫০ মিটাৰ শ্বুটিঙত ভাৰতৰ খেলুৱৈ মণিষ নৰবালে সোণৰ পদক জয় কৰিবলৈ সক্ষম হোৱাৰ লগতে সিংহৰাজ আধানাই জয় কৰে ৰূপৰ পদক ৷ উল্লেখযোগ্য যে  যে ভাৰতীয় খেলুৱৈসকলৰ এই সফলতাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও অভিনন্দন জনায় ৷গুৰুত্বপূৰ্ণ কথা এই যে টকিঅ’ পেৰাঅলিম্পিকত ভাৰতে বৰ্তমানলৈ ১৫ টা পদক জয় কৰিবলৈ সক্ষম হৈছে ৷

Your Comments