দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ ডেল ষ্টেইনৰ অৱসৰ ঘোষণা

A

নিউজ ডেস্ক :

দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ ডেল ষ্টেইনৰ অৱসৰ ঘোষণা।মঙলবাৰে  ক্ৰিকেটৰ সকলো ফৰ্মেটত অৱসৰ লোৱাৰ কথা ঘোষণা কৰে বেগী বলাৰ গৰাকীয়ে।
 ক্ৰিকেটাৰ গৰাকীয়ে দেশৰ হৈ ৯৩খন টেষ্টত ৪৩৯টা উইকেট দখল কৰাৰ বিপৰীতে ১২৫১ৰাণ সংগ্ৰহ কৰিছিল।

১২৫খন এদিনীয়া আন্তৰ্জাতিক খেলত সংগ্ৰহ কৰিছিল ১৯৬টা উইকেট।৪৭খন টি-২০ খেলত সংগ্ৰহ কৰিছিল ৬৪টা উইকেট।

উল্লেখ্য যে আইপিএলটো ভাল খেল প্ৰদৰ্শন কৰিছিল ষ্টেইনে।৯৫খন আইপিএল খেলত ৯৭টা উইকেট দখল কৰিছিল।

Your Comments