অলিম্পিক বিজয়ী মিৰাবাই চানুৱে পৰিয়ালৰ সৈতে কেক কাটি উদ্‌যাপন কৰিলে জন্মদিন

A

নিউজ ডেস্ক:

টকিঅ' অলিম্পিকত ৰূপৰ পদক বিজয়ী দেশৰ প্ৰথমগৰাকী খেলুৱৈ মীৰাবাই চানুৰ জন্মদিন উদ্‌যাপন।২৩ বছৰীয়া হ’ল অলিম্পিকৰ ৰূপৰ পদক বিজয়ী মীৰাবাই। দেওবাৰে নিজৰ জন্মদিন পৰিয়ালৰ লগত উদ্‌যাপন কৰিলে মীৰাবাই চানুৱে ৷

উল্লেখ্য যে  ১৯৯৮চনৰ ৮ আগষ্টত জন্ম হৈছিল মীৰাবাই। দীৰ্ঘদিনৰ মুৰত পৰিয়ালৰ লগত জন্মদিন পালন কৰি সুখী হোৱা বুলি কয় চানুৱে ৷

জন্মদিন উদ্‌যাপনৰ ফটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।গুৰুত্বপূৰ্ণ কথা এই যে অলিম্পিকৰ পদক লাভ কৰি প্ৰথমটো জন্মদিন পালন কৰিলে মীৰাবাই চানুৱে ৷

Your Comments

Related Articles