উত্তীৰ্ণ ৰ সৰ্বাধিক জিলা বিশ্বনাথৰ ৯৯.৪০শতাংশ

A

নিউজ ডেস্ক :

ঘোষণা হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলা হিচাপে উত্তীৰ্ণ সৰ্বাধিক বিশ্বনাথৰ।জিলাখনৰ উত্তীৰ্ণৰ হাৰ ৯৯.৪০শতাংশ।মুঠ অৱতীৰ্ন হৈছিল ৯হাজাৰ ৮০৯ জন।উত্তীৰ্ণ ৯৭৫০জন।প্ৰথম বিভাগত ১৮৩৬জন।দ্বিতীয় ৪৫৯০জন, তৃতীয় ৩৩২৪জন।

আনহাতে, দ্বিতীয় স্থানত আছে বাক্সা জিলা।উত্তীৰ্ণ ৰ হাৰ ৯৮.৯১ শতাংশ।

Your Comments

Related Articles