শিক্ষা বিভাগৰ ঘোষণা: জুলাইৰ পৰিৱৰ্তে ১৫মে'ৰ পৰা ১৪জুনলৈ ৰাজ্যত গৰম বন্ধ, পঢ়ি জানি লওঁক

Ss

নিউজ ডেস্ক :

ৰাজ্যৰ শিক্ষা বিভাগে ঘোষণা কৰিলে গৰম বন্ধৰ দিন।সেই অনুসৰি এইবাৰ জুলাই মাহৰ পৰিৱৰ্তে ১৫মে'ৰ পৰা ১৪জুন পয্যন্ত হ'ব গৰমৰ বন্ধ।উল্লেখ্য যে কোভিড পৰিস্থিতিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাবৰ্ষ যাতে ক্ষতিগ্রস্থ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে।আজি এক জাননীৰ জৰিয়তে এই কথা ঘোষণা করয়েছে শিক্ষা বিভাগে।Photo

বিভাগৰ জাননী মতে প্ৰাথমিক , মাধ্যমিক, উচ্চতৰ মাধ্যমিকৰ বাবে প্ৰযোজ্য হ'ব এই নিৰ্দেশনা ।অৰ্থাৎ প্ৰথমশ্রেণীৰ পৰা দ্বাদশশ্রেণীলৈ ঘোষণা কৰা হৈছে গৰমবন্ধ।

তাপৰ্যপূৰ্ণ যে পূৰ্বতে শৈক্ষিক বৰ্ষ কেলেণ্ডাৰ অনুসৰি ১জুলাইৰ পৰা ৩১ জুলাইলৈ আছিল গৰমবন্ধ।

গুৰুত্বপূৰ্ণ কথা যে ক'ভিডৰ বাবে ৰাজ্যত বৰ্তমানে বন্ধ হৈ আছে শিক্ষানুষ্ঠান সমূহ।

Your Comments