কোন হ'ব মুখ্যমন্ত্ৰী!সোণোৱাল-হিমন্তক দিল্লীলৈ তলব

Ss hbs

নিউজ ডেস্ক : 

কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী তাক লৈ জল্পনা-কল্পনা অব্যাহত থকাৰ সময়তে কেন্দ্ৰীয় নেতৃত্বই আজি দিল্লীলৈ জৰুৰীভাবে তলব কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক।

জানিব পৰা মতে শনিবাৰে পুৱা ১০.৩০ বজাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ বাসগৃহত অসমৰ মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত হ'ব বৈঠক।

এক নিৰ্ভৰযোগ্য সূত্ৰৰ মতে গুৱাহাটীৰ পৰা পৃথক পৃথক চাৰ্টাৰ্ড বিমানেৰে পুৱাই সোনোৱাল আৰু শৰ্মাই ৰাওনা হব দিল্লীলৈ।

উল্লেখ্য যে মুখ্যমন্ত্ৰীক লৈ ৰাজ্যিক বিজেপিত আৰম্ভ হোৱা সংঘাত দূৰ কৰা বাবে দুয়োগৰাকী নেতাক দিল্লীলৈ তলব কৰা হৈছে।

Your Comments