শিৱসাগৰত নিশ্চিত জয়ৰ দিশে অখিল গগৈ

Akhal

নিউজ ডেস্ক :

শিৱসাগৰ সমষ্টিৰ পৰা নিশ্চিত জয়ৰ দিশত অআগবাঢ়িছে কাৰাৰুদ্ধ ৰাইজৰ দল সভাপতি অখিল গগৈ।

একাদশ ৰাউণ্ডৰ শেষত গগৈয়ে বিজেপি প্ৰাৰ্থী গৰাকীতকৈ ৯০৭২ টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে।

উল্লেখ সমষ্টিটোত বিজেপি প্ৰাৰ্থী আছিল সুৰভি ৰাজকুমাৰী।

গুৰুত্বপূৰ্ণ কথা যে ১৮মাহ কাৰাবন্দী হৈ থকা নেতা গৰাকীয়ে কাৰাগাৰৰ কোঠাৰ পৰাই নিৰ্বাচনত অৱৰ্তীন হৈছিল।

Your Comments