প্ৰয়াত মূখ্যমন্ত্ৰী তৰুণ গগৈৰ তিতাবৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ জয়লাভ

Cong

নিউজ ডেস্ক :

তিতাবৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ভাস্কৰজ্যোতি বৰুৱাৰ জয়লাভ।১৫হাজাৰ ভোটৰ ব্যৱধানত জয় লাভ কৰে কংগ্ৰেছ প্ৰাৰ্থী বৰুৱাই।

উল্লেখ্য যে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে তিতাবৰ সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হৈছিল আৰু শেষ নিশ্বাস ত্যাগ কৰালৈকে তিতাবৰ সমষ্টিকে প্ৰতিনিধিত্ব কৰিছিল গগৈয়ে।

উল্লেখ্য যে তিতাবৰত বিজেপি প্ৰাৰ্থী আছিল হেমন্ত কলিতা।

Your Comments