যোৰহাটৰ চাৰিটা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীৰ অগ্ৰগতি

Jor

নিউজ ডেস্ক :

যোৰহাট বিধানসভা সমষ্টিত বিধানসভাৰ অধ্যক্ষ তথা বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামী এইমুহূৰ্তত পিছ পৰি আছে কংগ্ৰেছ প্ৰাৰ্থী ৰাণা গোস্বামীৰ হাতত।

টীয়ক সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী পল্লৱী গগৈৰ হাতত অগপ প্ৰাৰ্থী ৰেণুপমা ৰাজখোৱা পিছ পৰি আছে।

মৰিয়নি সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুর্মীৰ অগ্ৰগতি।

তিতাবৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ভাস্কৰজ্যোতি বৰুৱায়ো লাভ কৰিছে অগ্ৰগতি।

Your Comments