ৰাজ্যত বিজেপিৰ নিৰঙ্কুশ আসনত অগ্ৰগতি : কংগ্ৰেছ, এজেপি, ৰাইজৰ দলৰ ফলাফল কি পঢ়ি লওঁক

Raj

নিউজ ডেস্ক :

ভোটগণনাৰ দুঘণ্টাৰ পিছতেই বিজেপি মিত্ৰজোঁটে অতিক্ৰম কৰিছে মেজিক সংখ্যা আসনৰ অগ্ৰগতি। এতিয়ালৈকে বিজেপি মিত্ৰ শক্তিয়ে লাভ কৰিছে সৰ্বমুঠ ৬৭খন আসনত অগ্ৰগতি। ইয়াৰে ভিতৰত
বিজেপিয়ে অকলে ৫৫খনত, অগপই ১০খনত আৰু ইউপিপিএল ৫খন আসনত আগবাঢ়ি আছে।

ইফালে কংগ্ৰেছ মহাজোঁটে ৩৭খন আসনত অগ্ৰগতি লাভ কৰিছে। ইয়াৰে কংগ্ৰেছে অকলে ২৯খনত, এআইইউডিএফ ৭খনত, বিপিএফে৩খনত অগ্ৰগতি লাভ কৰিছে।

ইয়াৰ সমান্তৰালকৈ এজেপিয়ে ২খনত আৰু ৰাইজৰ দলে ২খন আসনত অগ্ৰগতি লাভ কৰিছে।

Your Comments