পূব গুৱাহাটীৰ এজেপি প্ৰাৰ্থী অদীপ কুমাৰ ফুকনৰ ভোটাধিকাৰ সাব্যস্ত

Adip Kumar Phukan

ভোটধিকাৰ সাব্যস্ত কৰিলে পূব গুৱাহাটী অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অদীপ কুমাৰ ফুকনে। পুৱা ৮ বজাত চান্দমাৰিস্থিত খাদী- গ্ৰামোদ্যোগ ভোটকেন্দ্ৰত সাৱ্যস্ত কৰে ভোটাধিকাৰ।

ভোটাধিকাৰ সাব্যস্ত কৰি পূব গুৱাহাটীত আঞ্চলিকতাবাদ প্ৰতিষ্ঠা হ'ব বুলি আত্মবিশ্বাসী বুলি জনাই অদীপ কুমাৰ ফুকনে। বিজেপিৰ সাম্প্ৰদায়িকতাবাদৰ অৱসান ঘটাই পূব গুৱাহাটীৰ জনতাই আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰিব বুলি তেওঁ লগতে কয়।

Your Comments