"তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত মিত্ৰজোঁঁটে লাভ কৰিব ২০ খন আসন"-ৰঞ্জিত দাস

তৃতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়াত পুৱা ৯-৩০ বজালৈ ১৫.২৫ শতাংশ ভোটদান হৈছে।৪০টা সমষ্টিত চলি আছে ভোটদান।অধিকসংখ্যক ভোটগ্ৰহণ কেন্দ্ৰত ভোটদাতাৰ দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে।ভোটদান কৰি ৰাজ্যিক  বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক'লে    তৃতীয় পৰ্যায়ত মিত্ৰজোঁটে পাব ২০খন আসন।

Your Comments