মাস্ক নিপিন্ধিলে ভৰিব লাগিব ১০০০টকা, অসম চৰকাৰৰ নতুন নিৰ্দেশনা

mask

কৰ’না সংক্ৰমণৰ হাৰ পুনৰ বৃদ্ধি হোৱালৈ লক্ষ্য ৰাখি অসম চৰকাৰে মাস্ক পৰিধান বাধ্যতামূলক কৰি নতুন নিৰ্দেশনা প্ৰকাশ কৰিছে ৷

Mask

এই নতুন নিৰ্দেশনা অনুসৰি বাট পথ, চিকিৎসালয়, কাৰ্যালয়, বজাৰ আদিত তিনি তৰপীয়া মাস্ক, গামোচা বা অন্য কোনো বোৱা কাপোৰৰ দুই তৰপীয়া মাস্কেৰে নাক মুখ ঢাকি ৰখাতো বাধ্যতামূলক। উক্ত নিৰ্দেশনা অমান্য কৰিলে ভৰিব লাগিব ৫০০ টকাৰপৰা ১০০০ টকা জৰিমনা ৷

Your Comments