সুখবৰ!দেশত দ্ৰুতভাৱে হ্ৰাস পাইছে ক'ৰ'না আক্ৰান্ত

সুখবৰ।দেশত ৯১.৩৯ লাখতকৈ অধিক ক'ৰ'না ৰোগী আৰোগ্য হ'ল।ভাৰতত বৰ্তমান ৪ লাখতকৈ কম ক'ৰ'না আক্ৰান্ত চিকিৎসাধীন হৈ আছে।দেশত ক'ৰ'না ৰোগীৰ আৰোগ্য হোৱাৰ হাৰ ৯৪ শতাংশতকৈ অধিক হৈছে।আনহাতে,মৃত্যুৰ হাৰ ১.৪৫ শতাংশ।ইফালে,২৭ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশত ১৫ হাজাৰতকৈ কম ক'ৰ'না আক্ৰান্ত আছে।

Your Comments